Math, asked by atikulali705, 2 months ago

বীজগণিতীয় ৰাশি কাক বোলে? উদাহৰণ দিয়া? অসমীয়া ভাষাত​

Answers

Answered by TRISHNADEVI
16

ANSWER :

 \\

বীজগণিতীয় ৰাশি :↦

আক্ষৰিক সংখ্যা আৰু প্ৰক্ৰিয়া চিহ্নৰ সমন্বয়ত সৃষ্টি হোৱা গাণিতিক বিন্যাসবোৰকে বীজগণিতীয় ৰাশি বোলা হয় ।

  • ✎ বীজগণিতীয় ৰাশি হ'ল প্ৰক্ৰিয়া চিহ্ন আৰু সংখ্যানিৰ্দেশক অক্ষৰ প্ৰতীকৰ অৰ্থবোধক বিন্যাস ।

  • ✎ সাধাৰণতে ইংৰাজী বৰ্ণমালাৰ বৰ্ণবোৰক বীজগণিতত প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়, যাক আক্ষৰিক সংখ্যা বোলে ।

  • ✎ সংখ্যা প্ৰণালীত ব্যৱহাৰ হোৱা যোগ ( + ), বিয়োগ ( - ), পূৰণ ( × ) আৰু হৰণ ( ÷ ) চিহ্নবোৰক প্ৰক্ৰিয়া চিহ্ন বোৰে আৰু এইবোৰ বীজগণিতটো ব্যৱহাৰ হয় ।

  • ✎ বীজগাণিতিক ৰাশিসমূহক প্ৰধানকৈ একপদ ৰাশি, দ্বিপদ ৰাশি, ত্ৰিপদ ৰাশি আৰু বহুপদ ৰাশি হিচাপে ভাগ কৰা হৈছে ।

বীজগণিতীয় ৰাশিৰ উদাহৰণ :↦

বিভিন্ন ধৰণৰ বীজগণিতীয় ৰাশিৰ উদাহৰণ হ'ল :-

  • a + 1

  • 4x - 3

  • 9 + 4b

  • 5 - 2y

  • 3 - a/3

  • 4x/6 + 2

  • 8a - 3b + 6

  • 2x + 3y - 7

  • xy - 4x + y + 1

  • 4b + 6a - 2ab + 3

Answered by mahi7830
2

আক্ষৰিক সংখ্যা আৰু প্ৰক্ৰিয়া চিহ্নৰ সমন্বয়ত সৃষ্টি হোৱা গাণিতিক বিন্যাসবোৰকে বীজগণিতীয় ৰাশি বোলা হয় ।

✎ বীজগণিতীয় ৰাশি হ'ল প্ৰক্ৰিয়া চিহ্ন আৰু সংখ্যানিৰ্দেশক অক্ষৰ প্ৰতীকৰ অৰ্থবোধক বিন্যাস ।

✎ সাধাৰণতে ইংৰাজী বৰ্ণমালাৰ বৰ্ণবোৰক বীজগণিতত প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়, যাক আক্ষৰিক সংখ্যা বোলে ।

✎ সংখ্যা প্ৰণালীত ব্যৱহাৰ হোৱা যোগ ( + ), বিয়োগ ( - ), পূৰণ ( × ) আৰু হৰণ ( ÷ ) চিহ্নবোৰক প্ৰক্ৰিয়া চিহ্ন বোৰে আৰু এইবোৰ বীজগণিতটো ব্যৱহাৰ হয় ।

✎ বীজগাণিতিক ৰাশিসমূহক প্ৰধানকৈ একপদ ৰাশি, দ্বিপদ ৰাশি, ত্ৰিপদ ৰাশি আৰু বহুপদ ৰাশি হিচাপে ভাগ কৰা হৈছে ।

Similar questions