English, asked by nasimaparbin99, 10 hours ago

মফিজুদিদন আহমদ হাজৰিকা কবিতাৰ বৈশিষট​

Answers

Answered by chandraprakashkulora
1

Answer:

বিখ্যাত কবিতা পুথি 'জ্ঞান মালিনী'ৰ ৰচক। মফিজুদ্দিন আহমদ হাজৰিকা ১৯৩০ চনত গোলাঘাটত বহা অসম সাহিত্য সভা অধিবেশনৰ সভাপতি আছিল। ১৯১৩ চনত শিৱসাগৰত বহা ছাত্ৰ সভাৰ সভাপতিত্ব কৰিছিল।

...

মফিজুদ্দিন আহমদ হাজৰিকা

জন্ম ৩০ আগষ্ট, ১৮৭০ (১৫০ বছৰ) ডিব্ৰুগড়, অসম

মৃত্যু ২৯ অক্টোবৰ, ১৯৫৮ (৮৮ বছৰ)

ভাষা অসমীয়া

ৰাষ্ট্ৰীয়তা ভাৰতীয়

Answered by suchissr
0

Answer:

you are a boy. na girl. please tell me

Similar questions