CBSE BOARD X, asked by atikulali705, 2 months ago

মাধৱ কন্দলী কোন আছিল?​

Answers

Answered by XxCharmingGuyxX
2

মাধৱ কন্দলী প্রাক-শংকৰী যুগৰ এজন শ্ৰেষ্ঠ কবি।

Know more:-

  • মাধৱ কন্দলি ১৪ শ শতিকাৰ কছাৰী ৰজা মহামাণিক্যৰ (আনুমানিক ১৩৩০-১৩৭০ খ্ৰীষ্টাব্দ) ৰাজসভাৰ এজন কবি। মাধৱ কন্দলিয়ে উত্তৰ ভাৰতৰ ভিতৰতে প্ৰথম বাল্মীকিৰ ৰামায়ণ অসমীয়ালৈ "সপ্তকাণ্ড ৰামায়ণ" নামেৰে অনুবাদ কৰে। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে মাধৱ কন্দলিক "অপ্ৰমাদী কবি" আখ্যা দিছিলl
Similar questions