(খ) একে অর্থ বুজোৱা আন একোটাকৈ শব্দ লিখা ঃ
ঈশ্বৰ
পাপ
বিশ্ব
স্বামী
বাট
সদায়
তযু
কৃপা
প্রণাম
থৰ
কৰুণা
দয়া
ধর্ম
কোপ
Answers
Answered by
6
ANSWER :
- ঈশ্বৰ
✠ একে অর্থ বুজোৱা শব্দ :- ভগৱান, বিধাতা
- পাপ
✠ একে অর্থ বুজোৱা শব্দ :- কুকৰ্ম, দুষ্কৰ্ম
- বিশ্ব
✠ একে অর্থ বুজোৱা শব্দ :- জগত, পৃথিৱী
- স্বামী
✠ একে অর্থ বুজোৱা শব্দ :- পতি, ভৰ্তা
- বাট
✠ একে অর্থ বুজোৱা শব্দ :- ৰাস্তা, পথ
- সদায়
✠ একে অর্থ বুজোৱা শব্দ :- নিতৌ, দৈনিক
- তযু
✠ একে অর্থ বুজোৱা শব্দ :- তোমাৰ
- কৃপা
✠ একে অর্থ বুজোৱা শব্দ :- দয়া, কৰুণা
- প্রণাম
✠ একে অর্থ বুজোৱা শব্দ :- সেৱা, ভক্তি
- থৰ
✠ একে অর্থ বুজোৱা শব্দ :- স্থিৰ
- কৰুণা
✠ একে অর্থ বুজোৱা শব্দ :- দয়া, কৃপা
- দয়া
✠ একে অর্থ বুজোৱা শব্দ :- কৃপা, কৰুণা
- ধর্ম
✠ একে অর্থ বুজোৱা শব্দ :- ধৰম
- কোপ
✠ একে অর্থ বুজোৱা শব্দ :- খং, ক্ৰোধ
___________________________________________________________
KNOW MORE :
✠ একে অর্থ বুজোৱা শব্দ :-
- ✎ একে অর্থ বুজোৱা শব্দক সমাৰ্থবােধক শব্দ বা প্ৰতিশব্দ বা সমাৰ্থক শব্দ বুলিও কোৱা হয় ।
- ✎ একে অর্থ বুজোৱা শব্দবোৰৰ অৰ্থ আৰু মূল শব্দৰ অৰ্থ একেই হয় ।
- ✎ কোনো লিখনিত একেটা শব্দই বাক্যবোৰত বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলে শুনিবলৈ আমনিদায়ক হয় । এনে আমনি আঁতৰাবলৈ একে অৰ্থ বিশিষ্ট বেলেগ বেলেগ শব্দ অৰ্থাৎ একে অর্থ বুজোৱা শব্দ ব্যৱহাৰ কৰা হয় ।
Similar questions