India Languages, asked by students781005, 1 day ago

(খ) একে অর্থ বুজোৱা আন একোটাকৈ শব্দ লিখা ঃ
ঈশ্বৰ
পাপ
বিশ্ব
স্বামী
বাট
সদায়
তযু
কৃপা
প্রণাম
থৰ
কৰুণা
দয়া
ধর্ম
কোপ​

Answers

Answered by TRISHNADEVI
6

ANSWER :

 \\

  • ঈশ্বৰ

একে অর্থ বুজোৱা শব্দ :- ভগৱান, বিধাতা

  • পাপ

একে অর্থ বুজোৱা শব্দ :- কুকৰ্ম, দুষ্কৰ্ম

  • বিশ্ব

একে অর্থ বুজোৱা শব্দ :- জগত, পৃথিৱী

  • স্বামী

একে অর্থ বুজোৱা শব্দ :- পতি, ভৰ্তা

  • বাট

একে অর্থ বুজোৱা শব্দ :- ৰাস্তা, পথ

  • সদায়

একে অর্থ বুজোৱা শব্দ :- নিতৌ, দৈনিক

  • তযু

একে অর্থ বুজোৱা শব্দ :- তোমাৰ

  • কৃপা

একে অর্থ বুজোৱা শব্দ :- দয়া, কৰুণা

  • প্রণাম

একে অর্থ বুজোৱা শব্দ :- সেৱা, ভক্তি

  • থৰ

একে অর্থ বুজোৱা শব্দ :- স্থিৰ

  • কৰুণা

একে অর্থ বুজোৱা শব্দ :- দয়া, কৃপা

  • দয়া

একে অর্থ বুজোৱা শব্দ :- কৃপা, কৰুণা

  • ধর্ম

একে অর্থ বুজোৱা শব্দ :- ধৰম

  • কোপ

একে অর্থ বুজোৱা শব্দ :- খং, ক্ৰোধ

___________________________________________________________

KNOW MORE :

 \\

একে অর্থ বুজোৱা শব্দ :-

  • ✎ একে অর্থ বুজোৱা শব্দক সমাৰ্থবােধক শব্দ বা প্ৰতিশব্দ বা সমাৰ্থক শব্দ বুলিও কোৱা হয় ।

  • ✎ একে অর্থ বুজোৱা শব্দবোৰৰ অৰ্থ আৰু মূল শব্দৰ অৰ্থ একেই হয় ।

  • ✎ কোনো লিখনিত একেটা শব্দই বাক্যবোৰত বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলে শুনিবলৈ আমনিদায়ক হয় । এনে আমনি আঁতৰাবলৈ একে অৰ্থ বিশিষ্ট বেলেগ বেলেগ শব্দ অৰ্থাৎ একে অর্থ বুজোৱা শব্দ ব্যৱহাৰ কৰা হয় ।

Similar questions