তলৰ সমস্যাবােৰ সমাধান কৰা
ৰংপিয়ে ঘৰৰ বাগিচাৰ পৰা ৮১টা কমলা ছিঙিলে। সেই কমলাবােৰ
৯টাকৈ টুকুৰিত ভৰালে। প্ৰতিটো টুকৰিত কেইটাকৈ কমলা থাকিব?
Answers
Answered by
0
Answer:
1. তোমাৰ দেউতাৰা কালি আমাৰ গাৱলৈ আহিছিল।
2. তেখেতে এইখন গাঁৱত জন্মগ্ৰহন কৰিছিল।
3. তেখেত মোৰ দেউতাৰ বন্ধু।
4. তোমালোক এতিয়া দিল্লীত থাকা, নহয়জানো?
5. তুমি অসমীয়া লিখিব পাৰানে?
6. অহা বহাগ বিহুত আমাৰ গাঁৱলৈ আহিবা।
7. আমাৰ গাঁৱত বিহু মঞ্চত পতা নহয়।
8. কিছুমান ডেকা-গাভৰুৱে পথাৰত নাচে আৰু গান গায়।
9. তুমি আহিলে এই বিহু নৃত্য উপভোগ কৰিব পাৰিবা।
10. তোমাক লগ পালে মই বৰ আনন্দ পাম।
Step-by-step explanation:
Similar questions
English,
2 months ago
Social Sciences,
2 months ago
World Languages,
4 months ago
Physics,
1 year ago
Science,
1 year ago