Science, asked by tikaramshrestha565, 6 hours ago

প্রকৃতিত কিয় আমি চাপৰ মটৰমাহৰ গছতকৈ ওথ মটৰমাহৰ গছ বেছিকৈ দেখা পাওঁ |​

Answers

Answered by gsvsvsvaahwhwj
5

Answer:

please don't write in Bengali Karon aikhana onakjon Bangla jana na

Answered by steffiaspinno
3

চাৰিত্ৰিক বৈশিষ্ট আগতীয়াকৈ উৎপত্তি হৈছিল৷

Explanation:

  • যদি অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা কোনো এটা প্ৰজাতিৰ জনসংখ্যাৰ “A” চাৰিত্ৰিক বৈশিষ্টৰ পৰিমান 10%
  • আৰু সেই একে জনসংখ্যাৰ মাজত “B” চাৰিত্ৰিক বৈশিষ্টৰ পৰিমান 60% হয় তেন্তে কোনটো চাৰিত্ৰিক বৈশিষ্ট আগতীয়াকৈ উৎপত্তি হৈছিলচাৰিত্ৰিক বৈশিষ্ট আগতীয়াকৈ উৎপত্তি হৈছিল৷
  • উত্তৰ- প্ৰকৃতিত জীৱবিলাকৰ মাজত সৃষ্টি হোৱা বৈশাদৃশ্যতাসমূহৰ উপৰত ভিত্তি কৰি জীৱবিলাকে বেলেগ বেলেগ ধৰণে সুবিধা লাভ কৰে৷
  • উদাহৰণ স্বৰূপে, যিবিলাক বেক্টেৰিয়াই অতি উষ্ণতাত জীয়াই থাকিব পাৰে সেইবিলাকৰ ওপৰেৰে গৰম বতাহ প্ৰবাহিত কৰি থাকিলেও জীয়াই থাকিবলৈ সক্ষম হয়৷ এনে বৈসাদৃশ্যতা বিশিষ্ট জীৱবিলাকক পৰিবেশৰ কিছুমান কাৰকৰ প্ৰভাবত প্ৰকৃতিয়ে নিজে নিজে নিৰ্বাচিত কৰে আৰু তাৰ আলমতে ক্ৰমবিকাশ প্ৰক্ৰিয়া সংঘটিত হয়৷      
Similar questions