Psychology, asked by beautyXemmy, 15 days ago

ব্যাখ্যা কৰা :

পাবলগীয়া মৰমবােৰ হেৰুৱাই এখন ভাগি যােৱা সংসাৰৰ সি হৈ পৰিছিল এটা
বিদ্রোহী অথচ কৰুণ চৰিত্র।

Answers

Answered by beautyxSis
124

\huge{\color{magenta}{\fbox{\textsf{\textbf{Hey♡}}}}}

ব্যাখ্যেয় কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ড° মৃণাল কালতাৰ বুজ শাষক

গল্পটোৰ পৰা তুলি দিয়া হৈছে।

সিদ্ধার্থৰ জীৱনৰ গােপন সত্য উন্মােচন কৰিব খুজি লেখকে ব্যাখ্যেয় কথাফাকি

অৱতাৰণা কৰিছে।

সিদ্ধার্থ নিঃসংগতাত ভােগা এজন কিশােৰ। স্কুলত পঢ়ি থাকোতে দেউতাক আঁতৰি

গল। মাকৰ নাথাকিল তাৰ প্রতি কোনাে বিশেষ দায়িত্ব। স্কুললৈ নগৈ অনাই-বনাই

ফুৰিলেও ক'বলগীয়া মাকৰ একো নাথাকিছিল। সিদ্ধার্থৰ বুকু দুখত ফাটি যাৰ

খােজে। মাক-দেউতাকৰ কাজিয়া চাই আৰু শুনি সি সাধু শুনি টোপনি যেরা

দিনবােৰত উজাগৰীনিশা কটাইছিল। কেতিয়াবা মাকে মৰমৰ সলনি অমনােযােগী

সুৰতহে কথাবােৰ কৈছিল। মুঠতে মৰমহীন কঠোৰ জীৱন এটাক সাৱটি সিদ্ধার্থ

হৈ পৰিছিল বিদ্রোহী অথচ কৰুণ চৰিত্ৰ। ড্রাগছ হৈ পৰিছিল তাৰ অৱলম্বন। সঠিক

সময়ত সঠিক লালন-পালন হােৱা হ'লে সিদ্ধার্থৰ পৰিৱৰ্তন বেয়াৰ দিশে

নগ'লহেঁতেন— লেখকে তাকেই ক'ব খুজিছে।

Answered by vEnus289
1

Answer:

Similar questions