Geography, asked by kapilimulankata, 2 days ago

৩) অসমৰ মানুহে মুখ্য আহাৰ হিচাপে কি কি খাদ্য খায় ? ​

Answers

Answered by drdipaksarma1
8

Answer:

অসমৰ মানুহৰ প্ৰধান খাদ্য হৈছে ভাত। ৰাজ্যখনৰ মানুহে গ্ৰহণ কৰা অন্য খাদ্য সমূহ হৈছে- কোমল চাউল, দৈ, চিৰা, পিঠাগুৰিৰে তৈয়াৰী পিঠাপনা যেনে- টেকেলী মুখত দিয়া পিঠা, পানী পিঠা, চুঙা পিঠা, খোলা চাপৰি পিঠা ইত্যাদি।

Explanation:

hope this will help you and please give me a like and mark as brainliest answer

Similar questions