Geography, asked by majumdarpinku5, 2 months ago

মহাদেশীয় হিমবাহ কাক বোলে ?

Answers

Answered by sorrySoSORRY
0

Answer:

মহাদেশীয় হিমবাহ পৃথিৱীৰ উপৰি ভাগৰ উচ্চ অক্ষাংশৰ কিছুমান অঞ্চলৰ সমুদ্ৰপৃষ্ঠত গোটেই বছৰ জুৰি বৰফেৰে আবৃত হৈ থাকে। উদাহৰণস্বৰূপে,উত্তৰ মহাসাগৰক আগুৰি থকা উত্তৰ ছাইবেৰিয়াৰ তুন্দ্ৰাঅঞ্চল,আইছলেণ্ড,গ্ৰিণলেণ্ড,এণ্টাৰ্কটিকা আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ তুষাৰ আৰু বৰফে আবৃত অঞ্চলবিলাক। এই বৰফৰ স্তূপবিলাকক হিমপ্ৰচ্ছদ (Ice-cap) বুলি কোৱা হয়। ইয়াক মহাদেশীয় হিমবাহ (Continental glacier)বুলিও কোৱা হয়। মহাদেশীয় হিমবাহ উপত্যকা হিমবাহৰ দৰে গতিশীল নহয়

Similar questions