India Languages, asked by preyarai474, 1 month ago

) উপসর্গ ভাঙি দেখুওৱা। পৰাক্ৰম, অৱশেষ​

Answers

Answered by abhinavsonowal75
1

Answer:

) উপসৰ্গ কাক বোলে? উপসৰ্গৰ দুটা উদাহৰণ দি, তাৰ ব্যৱহাৰ দেখুওৱা।

উত্তৰ- যিবোৰ অব্যয়ে ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰে, সেইবিলাককে উপসৰ্গ বোলে।

উদাহৰণ : প্ৰ : তেখেত এজন প্ৰখ্যাত ব্যক্তি।

পৰা : তেওঁক সকলোৱে পৰাস্ত কৰিব নোৱাৰে।

খ) অনুসৰ্গ কাক বোলে? অনুসৰ্গৰ দুটা উদাহৰণ দি, তাৰ ব্যৱহাৰ দেখুওৱা।

উত্তৰ- মনৰ ভাৱ প্ৰকাশ কৰোঁতে কথাৰ জোৰ বুজাবলৈ মূল শব্দটোৰ শেষত একোটা সৰ্গ সংযোগ কৰে। এনেদৰে পদৰ শেষত, বিভক্তিৰ পাছত কথাৰ জোৰ, আবেদন, মনৰ সন্দেহ প্ৰকাশ কৰিবৰ বাবে ব্যৱহাৰ কৰা সৰ্গবিলাককে অনুসৰ্গ বোলে।

উদাহৰণ : তো : আপুনিতো জানেই, তেওঁ কোন।

যে : কালৈকো ভয় নকৰো বুলি থমকি ৰ ‘

Similar questions