India Languages, asked by dasgunjan142, 4 hours ago

ত্রনেকুৱা চাৰিটা শব্দ লিখা যাৰ আদিত থকা নহয় বুজোৱা 'অ' কাৰ 'আ' কাৰ হৈছে​

Answers

Answered by Kritee35
4

Answer:

অসম্ভৱ

(সম্ভৱ নহয়)

অস্বাভাৱিক

(স্বাভাৱিক নহয়)

অপৰাজেয়

(পৰাজিত নহয় যি)

অনাৱস্যকীয়

(আৱস্যকীয় নহয় যি)

Explanation:

Hope my answer will help you. Plz mark me as brainliest

Similar questions