India Languages, asked by Prajnapriya, 1 month ago

এটা শব্দত প্ৰকাশ কৰা

ক) বাটেদি যােৱা মানুহ

খ) সীমা নথকা

গ) যাৰ আদি নাই

ঘ) যাৰ নাম নাই

ঙ) বােকাত যাৰ জন্ম​

Answers

Answered by jadumonichetia9
0

ক) বাটেদি যােৱা মানুহ - বাটৰুৱা‌।

খ) সীমা নথকা - অসীমা।

গ) যাৰ আদি নাই- নিৰাদী।

ঘ) যাৰ নাম নাই - অনামা।

Similar questions