Hindi, asked by kumarayush89862, 1 month ago

(ঘ) সমার্থবােধক শব্দ লিখা। সত্য​

Answers

Answered by XxCharmingGuyxX
6

মূল শব্দ :-সত্য।

সমার্থবোধক শব্দ :- সচা, প্ৰকৃত, আছল

KNOW MORE :

✠ সমার্থবােধক শব্দ :-

.✎ সমাৰ্থবােধক শব্দক প্ৰতিশব্দ বা সমাৰ্থক

শব্দ বুলিও কোৱা হয় ।

.✎ সমাৰ্থবােধক শব্দ হ'ল সেইবোৰ শব্দ, যাৰ অৰ্থ আৰু মূল শব্দৰ অৰ্থ একেই ।

.✎ কোনো লিখনিত একেটা শব্দই বাক্যবোৰত বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলে শুনিবলৈ আমনিদায়ক হয় । এনে আমনি আঁতৰাবলৈ একে অৰ্থ বিশিষ্ট বেলেগ বেলেগ শব্দ অৰ্থাৎ সমাৰ্থবােধক শব্দ ব্যৱহাৰ কৰা হয় ।

Answered by Kritee35
4

Answer:

শব্দ সমাৰ্থক শব্দ

সত্য সঁচা , প্ৰকৃত , আচল

Explanation:

hope my answer will help you.

Plz mark me as brainliest..

Similar questions