ছোভিয়েট সংঘৰ উত্তৰাধিকাৰী দেশ কোনখন আছিল?
Answers
Answered by
0
Answer:
ছ'ভিয়েট সংঘ (ৰুছ ভাষাত: ছ'ভেতস্কিয়্ ছ'য়ুজ, আইপিএ: আনুষ্ঠানিকভাৱে ইউনিয়ন অৱ ছ'ভিয়েট চ'চিয়েলিষ্ট ৰিপাব্লিক্স (ৰুছ ভাষাত: ছ'য়ুজ ছ'ভেটস্কিখ ছৎচিয়েলিষ্টিছেস্কিখ ৰেস্প'ব্লিক, আইপিএ: ছুটিকৈ ইউএছএছআৰ (ৰুছ ভাষাত: এছএছআৰ) ১৯২২ৰপৰা ১৯৯১লৈ য়ুৰেছিয়া মহাদেশত বৰ্ত্তি থকা এখন সমাজবাদী দেশ। ই আছিল কেইবাখনো ৰাষ্ট্ৰীয় ছ'ভিয়েট গণৰাজ্যৰ সংঘ। এ ছ'ভিয়েট সংঘ এখন এক-দলীয় দেশ আছিল, আৰু ৰাজধানী মস্কোস্থিত পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ দ্বাৰা শাসিত আছিল।
Similar questions