(ভাবাৰ্থ লিখা) আথুৱা চাই ঠেং মেলা ।
Answers
Answered by
1
Answer:
নাজানো
Explanation:
what will be the answer
Answered by
1
আঁঠুৱা খন যিমান দীঘল সেই অনুপাতেহে ঠেং মেলিলে ঠেং আঁঠুৱাৰ ভিতৰত থাকিব আৰু মহেও কামোৰিব নোৱাৰিব । চুটি আঁঠুৱাৰ ভিতৰত যদি দীঘলকৈ ঠেং মেলা যায় তেনেহ'লে আঁঠুৱাৰ বাহিৰলৈ ঠেং ওলাই পৰিব আৰু মহে খাই অশান্তিৰ সৃষ্টি কৰিব । ইয়াৰ দ্বাৰা ইয়াকে বোজাব খোজিছে মে যি সামৰ্থ সেই মতেহে কাম কৰা উচিত। নিজৰ সামৰ্থতকৈ বেছি চিন্তা কৰিলে বা কাম কৰিব গ'লে সেই কামত সিদ্ধি লাভ কৰিব নোৱাৰি আৰু অশান্তিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে।
Explanation:
for 2 marks . thank you
Similar questions