Social Sciences, asked by dhananjoydevb20, 1 month ago

বায়ু দূষিত হােৱাৰ দুটা কাৰণ লিখা-​

Answers

Answered by XxItzRakshitaaxX
0

Answer:

বায়ু প্ৰদূষণ(ইংৰাজী )ৰ এক সংজ্ঞা হ’ল সাধাৰণ অৱস্থাত বায়ুমণ্ডলত কিছুমান পদাৰ্থৰ অবাঞ্চিত উপস্থিতি বা বায়ুমণ্ডলত থকা বিভিন্ন উপাদানবোৰৰ অতিৰিক্ত উপস্থিতিয়ে মানুহৰ লগতে অন্য জীৱ-জন্তু বা উদ্ভিদ জগতৰ ওপৰত যি অনিষ্টকাৰী প্ৰভাৱ পেলায় তাকে বায়ু প্ৰদূষণ বোলে।

Similar questions