Math, asked by atiq19133, 1 month ago

প্রশ্ন : এইটো এটা ঘনক। ইয়াৰ দীঘ, প্রস্থ আৰু
উচ্চতা আছে। ইয়াৰ তল, চুক আৰু কাষ ও আছে।
চিত্ৰটোৰ পৰা তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া।

(a) ঘনক এটা 2-D/3-D আকৃতিৰ

b ইয়াৰ তলৰ সংখ্যা

(c) ইয়াৰ চুকৰ সংখ্যা

(d) ইয়াৰ কাষৰ সংখ্যা

(e) ইয়াৰ তলবােৰ 2-D/3-D আকৃতিৰ

(f)ঘনকটো গােটা আকৃতিৰ হয়/নহয়

(g)গােটা আকৃতিৰ বস্তুয়ে ঠাই আগুৰি থাকে/নাথাকে

(h)গােটা আকৃতিৰ বস্তুৰ মাত্ৰাৰ সংখ্যা​

Answers

Answered by iixmafiagirlxii
6

Answer:

প্রশ্ন : এইটো এটা ঘনক। ইয়াৰ দীঘ, প্রস্থ আৰু

প্রশ্ন : এইটো এটা ঘনক। ইয়াৰ দীঘ, প্রস্থ আৰুউচ্চতা আছে। ইয়াৰ তল, চুক আৰু কাষ ও আছে।

প্রশ্ন : এইটো এটা ঘনক। ইয়াৰ দীঘ, প্রস্থ আৰুউচ্চতা আছে। ইয়াৰ তল, চুক আৰু কাষ ও আছে।চিত্ৰটোৰ পৰা তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া

Answered by Prettyboy1231
9

Answer:

ওপৰৰ ফৰ্মূলাটোৰ সহায়ত সমবাহু ত্ৰিভূজৰ কালিৰ ফৰ্মূলা এটা এইদৰে নিৰ্ণয় কৰিব পাৰি: \frac{\sqrt{\text{৩}}}{\text{৪}}a^{\text{২}}

a

, য’ত a হ’ল বাহুৰ দৈৰ্ঘ।

* ত্ৰিভূজৰ বাহু তিনিটাৰ দীঘ a, b, c হ’লে, কালি = \sqrt{s(s-a)(s-b)(s-b)}

s(s−a)(s−b)(s−b)

, য’ত s = (a+b+c)/২

বৃত্ত (CIRCLE):

এটা বৃত্তৰ ব্যাসাৰ্ধ r হ’লে,

* বৃত্তটোৰ পৰিসীমা = ২πr

* বৃত্তটোৰ কালি = \pi{r}^{\text{২}}πr

* কেন্দ্ৰত Θ ডিগ্ৰী কোণ উৎপন্ন কৰা বৃত্তাংশৰ কালি = \frac{\theta}{\text{৩৬০}}\pi{r}^{\text{২}}

৩৬০

θ

πr

[চিত্ৰত দেখুওৱাৰ দৰে আচ্ছাদিত অংশৰ (shaded area) কালি।]

* কেন্দ্ৰত Θ ডিগ্ৰী কোণ উৎপন্ন কৰা বৃত্তাংশৰ পৰিধিৰ দৈৰ্ঘ = \frac{\theta}{\text{৩৬০}}\text{২}\pi r

৩৬০

θ

২πr = \frac{\theta}{\text{১৮০}}\pi r

১৮০

θ

πr

Similar questions