India Languages, asked by mujahidul14, 1 month ago

। প্রসঙ্গ সঙ্গতি দেখুৱাই ব্যাখ্যা কৰা।
(ক) মই নােহােৱাৰ বাবে এই জগতৰ,
কোনাে কাম পৰি নাথাকিব;
কামত বিভােৰ এই বিশাল বিশ্বই,
মই মৰা গমকে নাপাব।​

Answers

Answered by mamtachauhan507
1

Answer:

I am Free Fire Ultra legend pro

i am on diamond 3 league

Explanation:

চ’তৰ বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ যায়

গছ-গছনি ঘৰ-দূৱাৰ নিয়ে উৰুৱাই।

হিল দ’ল ভাঙি-ছিঙি মেলিছা ঢাপলি

লগত নিছা লগৰীয়া যত বা মাৰলি।

আউল বাউল চুলি মেলি মাৰিছা কিয় লৰ?

লাহে ধীৰে গ’লেও দেখোন পাবা মাৰাৰ ঘৰ।

চোতালত দিছোঁ বৰপীৰা কাকৈ ফণী তাতে

মুৰৰ চুলি মেলাই যোৱা ৰজাৰ ৰাজবাটে।

মাৰাই দিব মাধৈ ফুল, বাপেৰাই দিব খাৰু,

ককায়েৰাই দিব কাপোৰ কানি, ভায়েৰাই দিব কেৰু।

শুবলৈ দিব শীতল পাটি, বহিবলৈ দিব পীৰা,

খাবলৈ দিব জহা ধানৰ দোৱা ভজা চিৰা।

কাবৌ কৰি মাতিছোঁ আমি লাহে ধীৰে যোৱা

আমাৰ পঁজা ঘৰ কেউটি ভালে ভালে থোৱা।

ধূলিকণা মই

Similar questions