Social Sciences, asked by sachinpatil6545, 5 days ago

কি কি কাৰণত আমাৰ দেশৰ অস্কিজেনৰ মাত্ৰা হ্ৰাস পায় আহিছে?

Answers

Answered by Henasmita
7

ট্ৰেফিকৰ বাবে আমাৰ দেশ বুলিয়েই নহয় গোটেই বিশ্বজুৰি খন অস্কিজেনৰ মাত্ৰা হ্ৰাস পায় আহিছে। বায়ুমণ্ডল বোৰত প্ৰদূষণ বিয়পি পৰিছে। গছ‌-গছনি নাইকীয়া হয় পৰিছে। বিভিন্ন ঠাইত ফেক্টৰি industry পৰা প্ৰাদূষন বিয়পিছে,যাৰ ফলত আমাৰ গোটেই পৃথিবিখনটেই অস্কিজেনৰ মাত্ৰা হ্ৰাস পায় আহিছে।

Similar questions