Social Sciences, asked by amritmandal28, 3 months ago

জোন বিল মেলা কিহৰ বাবে বিখ্যাত

Answers

Answered by vampirerimu790
4

Answer:

জোনবিল মেলাৰ ব্যুৎপত্তিগত অৰ্থ বিচাৰি গ'লে কিছুমান জনশ্ৰুতি লোকসমাজৰ মুখত প্ৰচলিত হৈ অহা শুনিবলৈ পোৱা যায়। গোভা ৰাজ্য প্ৰতিষ্ঠা কৰা ৰজাই এদিন ৰাণীৰ বিহাৰ কৰি ঘূৰি ফুৰোঁতে এখন বিলৰ কাষ পাইছিল। বিলৰ ফটফটীয়া পানীত জোনৰ পোহৰ পৰি জিলিকি উঠিছিল।

Similar questions