English, asked by abu27684, 7 days ago

|| দেহ ] * ১। প্রাকৃতিক সম্পদ বুলিলে কি বুজায় ? ইয়াৰ দুটা উদাহৰণ দিয়া ১৭। সদৰ প্রধান বৈশিষ্ট কেইটা কি কি ? ২/ বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা। ১। গোলকীয় উত্তাপ বৃদ্ধি ৰােধ কৰণৰ উপায় কি ? ​

Answers

Answered by Parbatapoudel12345
4

মাটি,পানী,বায়ু,খনিজ পদাৰ্থ,উদ্ভিদ তথা প্ৰাণী আদি সকলো প্ৰাকৃতিক সম্পদৰ অন্তৰ্গত

হৈছে প্ৰকৃতিৰ বুকুত পোৱা যিবোৰ পদাৰ্থ জীৱৰ জীৱন তথা জীৱনধাৰণৰ বাবে আৱশ্যক। মাটি,পানী,বায়ু,খনিজ পদাৰ্থ,উদ্ভিদ তথা প্ৰাণী আদি সকলো প্ৰাকৃতিক সম্পদৰ অন্তৰ্গত। প্ৰকৃতিবিদ ৰবাৰ্ট.ডি.হামৰিনৰ মতে প্ৰাকৃতিক সম্পদ হল ”প্ৰাকৃতিক সম্পদবোৰ – জৈৱ ৰাসায়নিক আৰু ভৌগোলিক বিৱৰ্তনৰ মূল উৎস। ইয়াক কোনেও নিজ ইচ্ছাত পৰিচালিত কৰিব নোৱাৰে। অৱশ্যে এই সম্পদ সমূহ একমাত্ৰ মানুহৰ প্ৰতিভা আৰু প্ৰয়োজনীয় প্ৰযুক্তি বিদ্যাৰ বলতহে মূল্যবান হিচাপে পৰিগণিত হয়। ৰাষ্ট্ৰসংঘৰ মতে প্ৰাকৃতিক পৰিবেশত বিদ্যমান আৰু সমাজৰ উপকাৰৰ বাবে ব্যৱহাৰ যোগ্য যিকোনো সামগ্ৰীয়েই প্ৰাকৃতিক সম্পদ। এই হিচাপে ভুভাগ,জলজ সম্পদ,খনিজ সম্পদ,বনজ সম্পদ,জলবায়ু এই সকলোবোৰ প্ৰাকৃতিক সম্পদৰ অন্তৰ্গত। অৰণ্য সম্পদ (ইংৰাজী: Forest resources)

জল সম্পদ (ইংৰাজী: Water resource)

খনিজ সম্পদ (ইংৰাজী: Mineral resource)

খাদ্য সম্পদ (ইংৰাজী: Food resource)

শক্তি সম্পদ (ইংৰাজী: Energy resource)

ভূমি সম্পদ (ইংৰাজী: Land research ) I am from Nepal I think i know your language so try to write this  thank you..

Similar questions