Social Sciences, asked by sanidulislam3181, 1 month ago

ক) কি কি কাৰণত আমাৰ দেশত অক্সিজেনৰ মাত্রা হ্রাস পাই আহিছে ? ​

Answers

Answered by rishitagoswami15
4

Answer:

১) অধিক পৰিমাণৰ গছ-গছনি কটাৰ ফলত

২) উদ্যোগ কাৰখানা আদি অধিক পৰিমানে নিৰ্মাণ হোৱাৰ বাবে

Similar questions