World Languages, asked by khushiafridi374, 1 month ago

দুবিধ কেঁচাকৈ খাব পৰা পাচলি আৰু দুবিধ ৰান্ধি খাব পৰা পাচলিৰ নাম লিখা।​

Answers

Answered by zuwelahmed579
4

Answer:

কেঁচা খাব পৰা পাচলি :- বিলাহী, গাজৰ ।

ৰান্ধি খাব পৰা পাচলি:- জাতিলাউ, ভোল ।

Similar questions