Geography, asked by atikulali705, 3 months ago

ব্ৰহ্মপুত্ৰৰ প্ৰাৱনভূমি অঞ্চলটো চমু বৰ্ণনা দিয়া?​

Answers

Answered by Radhaisback2434
0

Explanation:

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমি অঞ্চল দুটাৰ মাজত অৱস্থিত মাজে সময়ে অথবা সঘনে বানপানী হোৱা অঞ্চলটোৰ লগতে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ বুকুৰ চৰ চাপৰি অঞ্চলটোক ব্ৰহ্মপুত্ৰৰ প্লাৱনভূমি বুলি জনা যায়। এই প্লাৱনভূমি অৱশ্যে সকলো ঠাইতে সমানে বহল নহয়।

Answered by MrsBeautifulGirl
0

Answer:

ছে মি ব্যাসাৰ্ধৰ বৃত্তাকাৰ কাগজ এটুকুৰাৰ পৰা 4 ছে মি ব্যাসাৰ্ধৰ বৃত্তাকাৰ কাগজ এটুকুৰা কাটি পেলাই দিয়া হল । অৱশিষ্ট অংশৰ কালি নিৰ্নয় কৰ

Similar questions