বৰদিন বা খ্রীষ্টমাছ খ্রীষ্টিয়ানসকলৰ বৰ ডাঙৰ উৎসৱ। এই দিনটোত মানৱৰ ত্রাণকর্তা যীশুৰ জন্ম হৈছিল বুলি সকলাে খ্রীষ্টিয়ান মানুহে বিশ্বাস কৰে। সেইবাবে তাৰ নাম বদিন থােৱা হৈছিল। বিশেষকৈ উত্তৰ ভাৰতত। ইংৰাজীত বােলে খ্রীষ্টমাছ (Christmas) কিন্তু উচ্চাৰণ কৰে খ্রীচমাছ বুলি। চমুকৈ লিখােতে কেতিয়াবা এক্সমাছ (X-mas) বুলিও লিখে। কিন্তু কেতিয়াবা কওঁতে খ্রীচমাছ বুলিয়েই কয়।
Answers
Answered by
2
Answer:
আসা করি বুঝতে পারবে।।।।।
Attachments:
Similar questions
English,
19 days ago
Political Science,
9 months ago