বাস্তৱবাদৰ মৌলিক বৈশিষ্ট্যবােৰ কি?
Answers
Answered by
1
Sorry l can't help you because I can't understand this language.
Answered by
1
Answer:
জগতখন বস্তুৰে ভৰা । বস্তুৰ অস্তিত্ব মন নিৰপেক্ষ । প্রত্যক্ষৰ জৰিয়তে বস্তুবােৰ আমাৰ মনত প্রতিম্বিত হয় । গুণেৰে সৈতে এই বস্তুবােৰ মনৰ পৰা স্বতন্ত্রভাৱে বস্তুজগতত অস্তিত্বশীল হয় । এই বস্তুবােৰৰ গুণবােৰ আমাৰ মনৰ ধাৰণাতাে আছে । সেয়েহে এই ধাৰণা আৰু বস্তুবােৰৰ মাজত মিল আছে । গতিকে সৰল বাস্তৱবাদ অনুসৰি বস্তুৰ জ্ঞান পােনপটীয়া জ্ঞান ।
Similar questions
Math,
4 days ago
Social Sciences,
4 days ago
English,
4 days ago
Chemistry,
9 days ago
Physics,
9 days ago