ৰাষ্ট্ৰীয় কৌশল বিকাশ আৰু উদ্যামিতা নীতি কোন চনত সূচনা হৈছিল
Answers
Answered by
1
Explanation:
কিছুদিনৰ আগতে দিল্লীৰ পৰা ডিব্রুগড়লৈ উৰা জাহাজত আহি আছিলোঁ৷ লগত এগৰাকী অগ্রজ সহকর্মী৷ আমি দুয়ো সমাজ জীৱনৰ পৰা ব্যক্তি জীৱনৰ লগত জড়িত থকা অনেক কথাই পাতিছিলোঁ৷ তথাপি, সৰহখিনি সময় আমাৰ আলোচনাৰ বিষয় আছিল– অসমৰ স্কুল-কলেজসমূহৰ প্রচলিত পাঠ্যপুথি আৰু কৌশল বিকাশৰ বাবে গ্রহণ কৰা প্রচেষ্টা৷ প্রধানমন্ত্রীয়ে দেশৰ যুৱ সমাজৰ মাজত কৌশল বিকাশ আৰু উদ্যমিতাৰ বাবে প্রতিশ্রুতি দিয়াতেই ক্ষান্ত নাথাকি প্রধানমন্ত্রীৰ দায়িত্ব গ্রহণ কৰি এটা স্বয়ংসম্পূর্ণ নতুন বিভাগো গঠন কৰিছিল৷ নিবনুৱা সমস্যাই দেশৰ উন্নয়নত ভয়ংকৰ প্রত্যাহবান সৃষ্টি কৰাৰ সময়ত এনেধৰণৰ বিভাগ এটাৰ প্রয়োজন তথা গুৰুত্ব সকলোৱে অনুভৱ কৰি আহিছে৷ কিন্তু কেৱল
Similar questions