বস্তৰ দৃঢ়তা বুলিলে কি বুজা?
Answers
Answered by
0
Answer:
দৃঢ়তা পদাৰ্থৰ এটা বৈশিষ্ট্য ষাৰ বাবে পদাৰ্থই এটা নিৰ্দিষ্ট আকৃতিৰ হয়। কঠিন পদাৰ্থৰ দৃঢ়তা খুব বেছি। সেইবাবে ইহঁতৰ ওপৰত বল প্ৰয়োগ কৰিলে ভাঙি যাব পাৰে, কিন্তু আকৃতিৰ পৰিবৰ্তন কৰা টান। জুলীয়া পদাৰ্থৰ দৃঢ়তা কম। আনহাতে গেছীয় পদাৰ্থৰ দৃঢ়তা নাই।
Similar questions