মধ্যাকৰ্ষনিক ত্বৰণ কাক বোলে? মহাকৰ্ষণ গাণিতিক সূত্ৰৰ পৰা ইয়াৰ গাণিতিক প্ৰকাশ কেনেকৈ পাব পাৰি?
Answers
Answered by
5
নিউটনৰ গতিৰ সূত্ৰ সমূহ হৈছে ধ্ৰুপদী বলবিদ্যা বা ধ্ৰুপদী বলবিজ্ঞান (Classical Mechanics)ৰ তিনিটা ভৌতিক সূত্ৰৰ সমষ্টি। এই সূত্ৰসমূহে কোনো বস্তুত ক্ৰিয়া কৰা বল আৰু এই বলৰ বাবে সৃষ্টি হোৱা বস্তুটোৰ গতিৰ সম্পৰ্ক প্ৰকাশ কৰে। এই সূত্ৰকেইটাক কেইবাটাও বিভিন্ন ৰূপত প্ৰকাশ কৰিব পাৰি ,[2] যাক থুলমুলকৈ তলত দিয়া ধৰণে সামৰি ল'ব পৰা যায়:
Similar questions