(ক) আটাইতকৈ বেছি বস্তু আৱিস্কাৰ কৰা বৈজ্ঞানিক জন কোন? (খ) কোন অসমীয়া বৈজ্ঞানিকে ভেকুৱাম ব্রেক আৱিস্কাৰ কৰিছিল ? (গ) পৃথিৱীৰ ভিতৰত দ্বিতীয় ক্ষুদ্রতম দেশখনৰ নাম কি? (ঘ) কোনজন অসমীয়া সাহিত্যিকৰ ছদ্মনাম অজগৰ ? (ঙ) বড়ােলেণ্ডত কেইখন জিলা আছে। (চ) অসমৰ শেক্সপিয়াৰ বুলি কাক কোৱা হয় ? (ছ) অসমৰ কোনখন ঠাইক প্ৰাচ্যৰ মানচেষ্টাৰ বুলি জনা যায় ? (জ) পৃথিৱীৰ ভিতৰত বৰ্ত্তমান আটাইতকৈ ডাঙৰ নদী-দ্বীপটোৰ নাম কি? (ঝ) অসমৰ আটাইতকৈ পুৰণি খেল কি? (ঞ) বৰ্তমান অসম বিধান সভাৰ অধ্যক্ষ কোন ? ৬। চমু উত্তৰ দিয়া (ক) কৰ’ণা মহামাৰীৰ পৰা ৰক্ষা পাবলৈ তিনিটা পৰামৰ্শ আগবঢ়োৱা। (খ) হাজো কোন তিনিটা ধৰ্মৰ তীর্থস্থান ? ২x৫=১০ (গ) অলিম্পিক গেমত অংশ গ্রহণ কৰা অসমৰ দুগৰাকী খেলুৱৈৰ নাম লিখা। ঘ) ৰাষ্ট্ৰীয় অভয়াৰণ্য দুখনৰ নাম লিখা। প্রথম অধিৱেশন ক’ত অনুষ্ঠিত হৈছিল
Answers
Answered by
3
Explanation:
(ক) থমাছ আলভা এডিচন
(খ) গুৰু প্ৰসাদ দাস
(গ) ইউৰোপ
(ঘ) চৈয়দ আব্দুল মালিক
(ঙ) চাৰিখন
(চ) শংকৰদেৱক
(ছ) শুৱালকুছি
(জ) মাজুলী
(ঞ) বিশ্বজিত দৈমাৰী
Similar questions