Science, asked by maushampathak, 4 days ago

ৰেচন কাক বোলে? মানুহৰ দেহত থকা দুবিধ ৰেচন অংগৰ নাম লিখা।​

Answers

Answered by XXANWITAXX25
5

Answer:

(জনগণের) দ্বারা (পণ্য) বিতরণ বা ব্যবহার সীমিত করতে সরকার চিনির রেশন করেছে; চিনি সংক্ষিপ্ত, তাই আমাকে আপনাকে রেশন করতে হবে। রেশনও দেখুন

Answered by steffiaspinno
3

ৰেচন তন্ত্ৰ means "excretory system".

কিডনি, রেনাল পেলভিস রেচনতন্ত্রের অংশ

Explanation:

  • ৰেচন তন্ত্ৰ হৈছে জীৱদেহৰ প্ৰধান বৰ্জনীয় পদাৰ্থ ইউৰিক এচিডক তেজৰ পৰা পৰিস্ৰাৱন কৰি মুত্ৰ আকাৰে দেহৰ বাহিৰ কৰি দিবলৈ থকা অংগসমূহ।
  • ৰেচন তন্ত্ৰ দুটা বৃক্ক, দুডাল বৃক্ক নলী, এটা মুত্ৰ থলী, আৰু এডাল মুত্ৰ নলীৰে গঠিত হয়।
  • প্ৰতিটো বৃক্কত অসংখ্য ক্ষুদ্ৰ ক্ষদ্ৰ নেফ্ৰন থাকে।
  • পুং আৰু স্ত্ৰী ৰেচন তন্ত্ৰৰ গঠন প্ৰায় একে, মাত্ৰ মুত্ৰ নলীৰ দৈঘ্যৰ পাৰ্থক্য আছে।
  • বৃক্কত তেজৰ পৰিস্ৰাৱনৰ ফলত মুত্ৰৰ সৃষ্টি হয়। এই মুত্ৰ বৃক্ক নলীৰে গৈ মুত্ৰ থলীত জমা হয় আৰু শেষত মুত্ৰ নলীয়েদি দেহৰ বাহিৰ হৈ যায়।
  • এজন সুস্থ ব্যক্তিৰ বৃক্কত দৈনিক ১-২ লিটাৰ মুত্ৰৰ উৎপাদন হয়।
Similar questions