*ধাতৱ অক্সাইড কাক বােলে? ইহঁতৰ প্রকৃতি কেনেকুৱা ? ছডিয়াম অক্সাইডৰ সংকেত কি?
Answers
Answered by
2
লঘু হাইড্রক্ল’ৰিক এছিডত (HCl) এটা সক্রিয় ধাতু দিলে কি গেছ উৎপন্ন হয়? আইৰনে লঘু H2SO4ৰ লগত কৰা বিক্রিয়াটোৰ সমীকৰণ লিখা।
উত্তৰ – লঘু হাইড্রক্ল’ৰিক এছিডত (HCl) এটা সক্রিয় ধাতু দিলে হাইড্ৰ’জেন গেছ উৎপন্ন হয় ৷
আইৰনে লঘু H2SO4ৰ লগত বিক্রিয়া কৰিলে আইৰন (II)ছালফেট আৰু হাইড্ৰ’জেন গেছ উৎপন্ন
ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অর্থ বহলাই আলােচনা কৰা ।
উত্তৰ – কিছুমান ধাতু হাতুৰিৰে মৰিয়াই পাতল পাত এচটা বনাব পাৰি ৷ ধাতুৰ এই ধৰ্মকে ঘাত সহনীয়তা বোলে ৷
ধাতুৰ পাত দীঘল কৰি তাঁৰলৈ পৰিবৰ্তন কৰিব পৰা গুণকে নমীয়তা বোলে ৷
Answered by
4
ছ’ডিয়াম এটা অতি সক্ৰিয় ধাতু ৷ ইয়াক মুক্ত অৱস্থাত ৰাখিলে বায়ুত থকা অক্সিজেনৰ সৈতে ইমান প্ৰৱণতাৰে বিক্ৰিয়া কৰে যে জুই জ্বলি উঠে ৷ সেয়েহে দুৰ্ঘটনা ৰোধ কৰিবলৈ ছ’ডিয়ামক কেৰাচিন তেলত ডুৱাই ৰখা হয় ৷
Please mark my answer as brainlist
Similar questions