World Languages, asked by ananyatalukdar742, 5 hours ago

২) তলত দিয়া সত্ৰসমূহৰ প্ৰতিষ্ঠাপকৰ নাম লিখা। ক) দক্ষিণপাট সত্ৰ গ) আউনীআটী সত্র ঙ) বেঙেনাআটী সত্ৰ খ) গড়মূৰ সত্ৰ ঘ) কমলাবাৰী সত্ৰ ১৮​

Answers

Answered by arjun281120
0

স্থাপন কৰা হৈছিল যাৰ ভিতৰত এতিয়া ২২ খনহে আছে

সত্ৰ" হৈছে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে স্থাপন কৰা এক অনুষ্ঠান। ইষ্টদেৱতাক উপাসনা কৰা, ধৰ্মীয় তত্ত্ব চৰ্চা কৰা আৰু প্ৰসাৰ ঘটোৱা সত্ৰৰ ঘাই লক্ষ্য। ধৰ্ম চৰ্চাৰ উপৰিও সত্ৰসমূহ মহাপুৰুষীয়া তথা অসমীয়া সংস্কৃতি যেনে বৰগীত, সত্ৰীয়া নৃত্য, চালি নৃত্য, ঝুমুৰা নৃত্য, দশাৱতাৰ নৃত্য আদিৰ লগতে পুৰণি পুথি-পাজি আৰু আন আন বুৰঞ্জীমূলক সমলৰ ভঁৰাল। প্ৰথমতে অসমত ৬৬৫খন সত্ৰ আছিল যদিও এতিয়া তাৰে বেছিভাগৰে অস্তিত্ব নাই। এইকেইখনৰ ভিতৰত ৬৫খন কেৱল মাজুলীতে

Similar questions