Business Studies, asked by ItzSecretGiggle11, 4 hours ago

ব্যাখ্যা কৰা :- "ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ"​

Attachments:

Answers

Answered by bubu75
1

Answer:

"ধন সুখ ভোগৰ উপায় নহয়, সয়ং ধনেই সুখ"। এই কথাষাৰ এ কব বিচাৰিছে যে, ধনেই অকল মানুহৰ সুখ নহয়, ধনৰ বাহিৰেও বহুতো মানুহৰ দুখ আদি থাকিব পাৰে ।

কিন্ত বেচি ভাগ মানুহৰ সুখ ধন আদি থাকিব পৰা দেখা যাই। সেই কাৰণে ধন-পইচা ভাবি-চিন্তি খৰচ কৰিব লাগে । নহলে বহুতো বিপদ হব পাৰে । ধনেই মানুহৰ জীৱন উজ্জ্বল কৰে আৰু ধনেই মানুহৰ জীৱন ধবংশ কৰে।

MARK ME AS THE BRAINLIEST

Similar questions