CBSE BOARD X, asked by ruhulamin3728, 5 hours ago

চীনা পরিব্রাজক হিউয়েন চাঙে ভাৰতৰ নালন্দা বিশ্ববিদ্যালয়ত কি শাস্ত্ৰ অধ্যয়ন কৰিছিল​

Answers

Answered by mdzeeshan7890
0

Answer:

হিউৱেন-চাং (ইংৰাজী: Xuanzang) এজন বৌদ্ধ ধৰ্মীয় চীনা পৰিব্ৰাজক আছিল। তেখেত এজন বিশ্ববিখ্যাত তীৰ্থযাত্ৰী, যিজনে ষোল্ল বছৰ কাল ভাৰতত বৌদ্ধ ধৰ্মৰ ধৰ্মীয় গ্ৰন্থবোৰ সংস্কৃত ভাষাৰপৰা নিজৰ ভাষালৈ অনুবাদ কৰাত ব্যস্ত আছিল। বৌদ্ধ ভীক্ষু ককায়েকৰ অনুপ্ৰেৰণাতে তেওঁ বৌদ্ধ ধৰ্মৰ প্ৰতি আকৰ্ষিত হয় আৰু তেৰ বছৰ বয়সতে বৌদ্ধ ধৰ্মৰ শৰণাপন্ন হয়। তেখেতৰ জন্ম শিক্ষিত পৰিয়ালত। ৬১৮ খ্ৰীষ্টাব্দত হেনান প্ৰদেশৰ ঘৰুৱা যুদ্ধত তেখেত আৰু তেখেতৰ ককায়েক চিচুৱান পৰ্বতত শৰণাৰ্থী হৈ পৰে। সেই সময়ছোৱাতে তেখেতে বৌদ্ধ ধৰ্মৰ গ্ৰন্থ অধ্যয়নত মনোনিৱেশ কৰে। তেনে গ্ৰন্থবোৰত কিছু অসংযত কথাৰ বিমোৰত পৰি তাৰে স্থানীয় পণ্ডিতৰ পৰা কোনো মনে মিলা সমাধান নোপোৱাত ভাৰতবৰ্ষ ভ্ৰমণৰ মন মেলে, কিজানিবা সমাধান বিচাৰি পায়েই। তেনেকৈয়ে পণ্ডিত চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ ষোল্ল বছৰীয়া তীৰ্থযাত্ৰা আৰম্ভণি হয়।

Explanation:

mark me brainlist I need followers

Answered by aryasalunke2009
0

Answer:নালন্দা বিশ্ববিদ্যালয়ত কি শাস্ত্ৰ অধ্যয়

Explanation:

Similar questions