India Languages, asked by braihana12, 5 hours ago

(খ) সৰল বাক্যক যৌগিক বাক্যলৈ নিয়া ঃ (১) ল'ৰাবােৰে নদীত সাঁতুৰি খেলিবলৈ গ'ল। (২) সি কামটো কৰি গ'লগৈ। (৩) বুঢ়া হলেও শ্ৰৱণ শক্তি ঠিকেই আছে। (৪) মই তােমাক ঘৰত লগ নাপালোঁ।​

Answers

Answered by aninditadas651
2

Answer:

(ক) সি কামটো কৰি গ'লগৈ কিন্তু কামটো ঠিক নহল

(খ) বুঢ়া হলেও শ্ৰৱণ শক্তি ঠিকেই আছে (ছৰী মই এইটো নাজানিম)

(গ) মই তােমাক ঘৰত লগ নাপালোঁ গতিকে তুমি কালি আমাৰ ঘৰলৈ আকৌ আহিবা

Similar questions