India Languages, asked by XxCharmingGuyxX, 12 days ago

“অসমত মহাত্মা গান্ধীৰ পোনপ্রথম পদার্পন” ---- পাঠটিত আগৰৱলা পকী কাক বুজোবা হৈছে?​

Answers

Answered by TRISHNADEVI
3

ANSWER :

 \\

"অসমত মহাত্মা গান্ধীৰ পোনপ্রথম পদার্পন" - পাঠটিত 'আগৰৱালা পকী' বুলি স্বৰ্গীয় হৰিবিলাস আগৰৱালাৰ বাসগৃহ পকীকুঠীক বুজোৱা হৈছে ।

  • ➱ পাঠটিত উল্লেখ থকা 'আগৰৱালা পকী' তেজপুৰত অৱস্থিত ।

  • ➱ ভাৰত পৰ্যটনৰ অংশস্বৰূপে ১৯২১ চনৰ ২১ আগষ্টত মহাত্মা গান্ধীয়ে পোনপ্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল । ২১ আগষ্টৰ দিনা গান্ধীজী পুৱা নিৰ্ধাৰিত সময়তকৈ ডেৰ ঘণ্টা পলমকৈ তেজপুৰৰ জাহাজঘাটত উপস্থিত হৈছিল আৰু তাৰ পৰা তেজপুৰীয়া ৰাইজে শোভাযাত্ৰা কৰি তেওঁক আগৰৱালা পকী অৰ্থাৎ স্বৰ্গীয় হৰিবিলাস আগৰৱালাৰ বাসগৃহ পকীকুঠীলৈ আগবঢ়াই নিছিল ।

___________________________________________________________

KNOW MORE :

 \\

  • ➢ 'অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাপর্ণ' শীর্ষক পাঠটি পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনী "মোৰ সোঁৱৰণী" গ্ৰন্থৰ পৰা লোৱা হৈছে।

  • ➢ 'মহাত্মা গান্ধীৰ পোন প্রথম অসম ভ্রমণক পদ্মনাথ গোহাঞিবৰুৱা আৰু সৰ্বসাধাৰণে কেনেদৰে আদৰিছিল সেই সম্পৰ্কীয় বর্ণনাই মূলতঃ 'অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাপর্ণ' শীর্ষক পাঠটোত ঠাই পাইছে।

Similar questions