Environmental Sciences, asked by mehdikhanalom, 12 hours ago

দুবিধ খনিজ পদাৰ্থৰ উদাহৰণ দিয়া

Answers

Answered by PritamKitty05
0

খনিজ পদাৰ্থ হৈছে প্ৰাকৃতিকভাৱে উপলব্ধ ৰাসায়নিক পদাৰ্থ। ই সাধাৰণ অৱস্থাত কঠিন আৰু ৰাসায়নিকভাৱে সুস্থিৰ। খনিজ পদাৰ্থৰ সংজ্ঞা সম্পৰ্কে ৰসায়নবিদ সকলৰ মাজত বহুমত আছে যদিও ইয়াৰ কেইটা মান বৈশিষ্ট্যক সংজ্ঞা নিৰূপণৰ বাবে ধৰি ল’ব পৰা যায়।

সেই বৈশিষ্ট্য কেইটা হৈছে -

  • ই প্ৰাকৃতিক ভাৱে উপলব্ধ।
  • কক্ষ তাপমাত্ৰাত(২৫0 চেলচিয়াচ) ই সুস্থিৰ।
  • ই কঠিন।
  • শৃংখলাবদ্ধ পাৰমাণৱিক বিন্যাস।
  • ইয়াক এক নিৰ্দিষ্ট ৰাসায়নিক সূত্ৰেৰে বুজাব পাৰি।
  • সাধাৰণতে অজৈৱ।
Similar questions