CBSE BOARD X, asked by ftor3889, 9 days ago

বতৰ আৰু জলবায়ু বুলিলে কি বুজা?

Answers

Answered by champadeykalyani7412
2

Answer:

বতৰ আৰু জলবায়ুৰ পাথৰ্ক্য বুজাই লিখা । বতৰঃ কোনো এখন ঠাইত কম সময়ৰ বাবে, যেনেঃ কেইঘণ্টামান বা দিনটো, অথবা কেইদিনমান বা কেইসপ্তাহমানৰ বাবে পৰিলক্ষিত হোৱা বায়ুমণ্ডলৰ অৱস্থাকে সেই ঠাইৰ বতৰ বোলে ।

Mark my answer the barinliest

Answered by sanjiborah4556
0

মানৱ ভূগোল বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা?

Similar questions