India Languages, asked by ankita752, 14 hours ago

বিশেষণৰতুলনা প্রয়ােগকৰি খালী ঠাই পূৰ কৰা। ১। হিমালয় পৃথিৱীৰ ____ পর্বত।২। স্থলচৰ প্ৰাণীৰ ভিতৰত হাতী _____ ৩। সিংহবাঘত ____ বলী। ৪। পক্ষীৰ _____ কাউৰী টেঙৰ । ৫। প্রশান্ত মহাসাগৰ ______ মহাসাগৰ।​

Answers

Answered by dharmanikita
1

Answer:

হিমালয় পৃথিৱীৰ উচ্চতম পৰ্ব্বত

স্থলচৰ প্ৰাণীৰ ভিতৰত হাতী বৃহৎ

সিংহ বাঘতকৈ বলী

পক্ষীৰ ভিতৰত কাউৰী টেঙৰ

প্ৰসান্ত মহাসাগৰ বৃহৎ সাগৰ

Answered by XxCharmingGuyxX
0

Answer:

১। হিমালয় পৃথিৱীৰ _উচ্চতম ___ পর্বত।২। স্থলচৰ প্ৰাণীৰ ভিতৰত হাতী __বৃহত্তম___ ৩। সিংহ বাঘত __তকৈ__ বলী। ৪। পক্ষীৰ __ভিতৰত ___ কাউৰী টেঙৰ । ৫। প্রশান্ত মহাসাগৰ __বৃহত্তম____ মহাসাগৰ।

Similar questions