India Languages, asked by XxCharmingGuyxX, 19 days ago

১। তলৰ একে উচ্চাৰণৰ শব্দবােৰৰ তাই লিখা। (ক) কাঁহ-কাহ
(খ) আঁতৰ-আতৰ
(গ) কলা-ক’লা
(ঘ) সাধু-সাধু

২। তলৰ শব্দবােৰত চন্দ্রবিন্দু ব্যৱহাৰ কৰাঁ। আহত, কৰােতে, কেচুৱা, আকোৰ-গােজ, ফেহুজালি, বুজাওতা, সােৱৰণ, আউসী ​

Answers

Answered by balur5321
0

Answer:

(ঘ) সাধু-সাধু ২। তলৰ শব্দবােৰত চন্দ্রবিন্দু ব্যৱহাৰ কৰাঁ। আহত, কৰােতে, কেচুৱা ...

Answered by Kritee35
1

Answer:

১/উত্তৰ:

ক) কাঁহ : তাম আৰু ৰাং ধাতু নিৰ্দিষ্ট অনুপাতত মিহলাই প্ৰস্তুত কৰা এবিধ ধাতু

তাম আৰু ৰাং ধাতু নিৰ্দিষ্ট অনুপাতত মিহলাই প্ৰস্তুত কৰা এবিধ ধাতু কাহ : এবিধ বেমাৰ ।

: এবিধ বেমাৰ ।খ)আঁতৰ : দূৰ

: দূৰ আতৰ : এক প্ৰকাৰৰ সুগন্ধি ।

আতৰ : এক প্ৰকাৰৰ সুগন্ধি ।গ) কলা : কাণেৰে নুশুনা ব্যক্তি

কলা : কাণেৰে নুশুনা ব্যক্তি ক'লা : এবিধ ৰঙৰ নাম ।

ক'লা : এবিধ ৰঙৰ নাম ।ঘ) সাধু : কাল্পনিক কাহিনী

সাধু : সৎ মানুহ ।

২/উত্তৰ:

কৰোঁতে , কেঁচুৱা , আঁকোৰ–গোজ , ফেঁহুজলি , বুজাওঁতা , সোঁৱৰণ , আঁউসী ।

Explanation:

Hope my answers will help you.

Plz mark me as brainliest

Similar questions