India Languages, asked by dekachandrama123, 1 day ago

গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰ কিমান চনত থাপন হৈছিল

Answers

Answered by MaharnabThapa
0

Answer:

অসমত দেশৰ ভিতৰতে সৰ্বাধিক চাহ উৎপাদন হয়। ভাৰতত উৎপাদিত মুঠ চাহৰ পঁচপন্ন শতাংশ চাহপাত আৰু দেশৰ ৰপ্তানিৰ আশী শতাংশ চাহপাত অসমে বহন কৰে। সেইসূত্ৰে ১৯৬০চনৰ পৰাই অসমত এটা চাহ নিলাম কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ চিন্তা-চৰ্চা চলি আছিল। গুৱাহাটী চাহ নিলাম সমিতিৰ প্ৰথমখন সভা ১৯৭০চনৰ ২৯আগষ্টত সেইসময়ৰ অসমৰ ৰাজধানী শ্বিলঙত স্বৰ্গীয় ধৰ্মেন্দ্ৰনাথৰ সভাপতিত্বত অনুষ্ঠিত হয়। আৰু ১৯৭০ চনৰ ২৫ ছেপ্তেম্বৰত গুৱাহাটী চাহ নিলামৰ আৰম্ভণি কৰা হয়।

Explanation:

Mark me as BRAINLIESTS

Similar questions