অৰ্থ লিখি বাক্য ৰচনা কৰা?
১) নিৰূপণ ২) কুসংস্কাৰ ৩) উদগতি ৪) দুষ্কৰ ৫) কিঞ্চিৎ ৬) তত্ত্ব ।
Answers
Answered by
5
- নিৰূপণ (নির্ধাৰণ) :- চৰকাৰে গেছৰ উচিত মূল্য নিৰূপণ কৰিব লাগে।
- কুসংস্কাৰ (বেয়া সংস্কাৰ বা অসৎ স্বভাৱ):- ডাইনী হত্যা অসমৰ এক কুসংস্কাৰ।
- উদগতি (উন্নতি):- তৃষ্ণাৰ উদগতি দেখি সকলো আচৰিত হৈছে।
Similar questions