সু নাগৰিকৰ গুন সমূহ আলোচনা কৰা
Answers
Answered by
1
Answer:
নাগৰিকৰ শিক্ষাৰ ধাৰণাটো অতি পুৰণি ধাৰণা। এই ধাৰণাৰ পৰিপ্ৰেক্ষিততেই সুদূৰ অতীতৰ পৰা এনে ধৰণৰ শিক্ষা ব্যৱস্থা এটা আজিলৈ প্ৰচলিত হৈ আছে। এটা গোষ্ঠীয়ে আন এটা গোষ্ঠীক উচ্ছেদ কৰি শাসনযন্ত্ৰ নিজৰ হাতলৈ নিয়ে। কিন্তু নাগৰিকৰ ধাৰণাটো সদায় এক ধৰণেৰে ৰৈ যায়। মাত্ৰ প্ৰশাসকৰ নিজৰ জ্ঞানৰ পৰিসীমা আৰু উদাৰ মনোভাৱৰ ফলত নাগৰিকসকলক বিকাশ কৰা পদ্ধতিটোৰ কিছুমান সালসলনি হয়। আমি নাগৰিকৰ শিক্ষাৰ বিষয়ে জানিবলৈ যাওঁতে প্ৰকৃততে নাগৰিকনো কোন ? তেওঁলোকৰ দায়িত্বনো কি ? তেওঁলোকক
Similar questions