India Languages, asked by rvdbrt, 18 hours ago

. বছৰত বাৰমাহ শুনা ল'ৰাহঁত, বছৰৰ আগমাহ বিহু ব'হাগত। তাৰ পাছে জেঠ মাহ বাৰখৰ টান ৰ’দ আৰু পিয়াহত আতুৰ পৰাণ। আষাঢ়ত ষাঠ লাগে ভৰ বাৰিষাৰ শাওণত বৰষুণ দিয়ে ধাৰাসাৰ। খেতি- বাতি ভৰপক আম-কঁঠালৰ, ভাদত জানিবা তিথি মহাপুৰুষৰ, আহিনত ৰােৱা শেষ কুঁৱলি কাতিত আঘােণত পকাধান পথাৰ শােভিত। পুহ মাহ জাকালি ধৰে ঠেটুৱাই, মাঘত ভােগালী বিহু খেতিক চপাই । ফাগুনত দিন জাৰ বতাহ সদায়, চতত মাহৰ শেষ বছৰ বিদায়। গছ-লতা জকমক কুঁহি ফুলপাত, মাণিকী মধুৰি মউ কুউ কুউ মাত।
পানীন্দ্রনাথ গগৈ
বুজিলৈ উত্ত ৰ দিযা ৷
১.কুঁৱলি কেন মাহত পৰে ?
২. শংকৰদেৱ আৰু কোন মহাপুৰুষ আছে?​

Answers

Answered by gorais413
1

Answer:

বাতি" (and any subsequent words) was ignored because we limit queries to 32 words.

Answered by preetisinghallavanya
2

Answer:

The word Photography literally means 'drawing with light', which derives from the Greek photo, meaning light and graph, meaning to draw. Photography is the process of recording an image – a photograph – on lightsensitive film or, in the case of digital photography, via a digital electronic or magnetic memory.

Similar questions