Geography, asked by jintu19, 1 year ago

হিমবাহ কাক বোলে? ইযা়ৰ গতি অতি ধিৰ হোৱা কাৰন কি?

Answers

Answered by hemantabaruah23
9

Answer:

দুই মেৰু আৰু সুউচ্চ পৰ্বত শৃংগৰ ওপৰ ভাগত বৃস্তিতভাৱে জমা হৈ থকা বৰফসমূহ ভূমিৰ ঢাল অনুসৰি তললৈ নামি অহাকে হিমবাহ বোলা হয়।

হিমবাহৰ আকাৰ ডাঙৰ আৰু ই গধূৰ হোৱাৰ বাবে ইয়াৰ গতি ধীৰ।

mark this answer as Brainlist

Similar questions