কথা কবিতা বুলিলে কি বুজা??
Answers
Answered by
3
Answer:
কথা কবিতা এক প্রকাৰৰ কবিতাই । ইয়াত ভাব প্রকাশৰ মাধ্যমৰূপে গদ্য কথাকহে নিৰ্বাচন কৰি লোৱা হয় । কথাকবিতা পদ্যময় ৰচনা । কথা কবিতাক আমি কবিত্বময়ী গদ্যত ভাৱ কথা লিখাৰ ভংগী বা ৰীতি বুলিব পাৰি ।
mark this answer as Brainlist
Similar questions