ৰাষ্ট্ৰ গঠনৰ এক উপাদান হিচাপে 'সৰ্বভৌমত্ব' ৰ বিষয়ে লিখা। (৫০ টা শব্দৰ ভিতৰত)
hamanta12345:
হাই, ইয়াত অসমীয়াত লিখিলে কি বুজি পাব
Answers
Answered by
30
HERE IS YOUR ANSWER...
================================
➡
সাৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰ এখন গঠনৰ এটি গুৰুত্বপূৰ্ণ উপাদান | সাৰ্বভৌম ক্ষমতা অবিহনে ৰাষ্ট্ৰ এখনে কেতিয়াও এখন সম্পূৰ্ণ স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰিব নোৱাৰে | সাৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা | সাৰ্বভৌমত্ব ক্ষমতা থকা দেশ বা ৰাষ্ট্ৰ এখনে বাহ্যিকভাৱে কোনো বিদেশী ৰাষ্ট্ৰৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱে কোনো বিশেষ শক্তিৰ দ্বাৰা পৰিচালিত নহয় |
গতিকে , সাৰ্বভৌমত্ব হৈছে এখন ৰাষ্ট্ৰ গঠনৰ ক্ষেত্ৰত এটা অতি গুৰুত্বপূৰ্ণ উপাদান |
___________________________________
✝✝…HOPE…IT…HELPS…YOU…✝✝

Similar questions