ভাষা বুলিলে কি বুজা?
Answers
Answered by
3
Answer:
আমাৰ পাৰস্পৰিক আদান-প্ৰদান আৰু যোগাযোগ স্থাপনৰ বাবে প্ৰদৰ্শনৰ সহায় লোৱা সকলোবোৰ শাব্দিক আৰু শব্দবিহীন দৈহিক প্ৰতিক্ৰিয়া আৰু আচৰণকেই ভাষাৰ আখ্যা দিয়া হয়। বহল অৰ্থত ক’বলৈ গ’লে ভাষা হৈছে ভাব-অনুভূতিৰ এক প্ৰকাশ মাধ্যম।
mark this answer as Brainlist
Similar questions