| চমু উত্তৰ লিখা—
| (ক) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান খ্রীষ্টাব্দত প্রতিষ্ঠা হৈছিল ?
ভাৰতলৈ অহা জলপথ পােনতে কোনজন নাৱিকে আৱিষ্কাৰ কৰে?
ওলণ্ডাজসকলে ভাৰতৰ কোন ঠাইত প্রথম দুর্গটো সাজে?
(ঘ) দ্বিতীয় চালছে বােম্বাই (মুম্বাই) কাক লীজত দিছিল?
(ঙ) পঞ্জাৱ, মহীশূৰ আৰু মাৰাঠা ৰাজ্য ইংৰাজৰ কি নীতিৰ চিকাৰ হৈছিল ?
Answers
Answered by
4
Answer:ইষ্ট ইণ্ডিয়া কোম্পানী (ইংৰাজী: East India Company) গঠিত হয় ১৫৯৯ চনৰ ২২ছেপ্তেম্বৰত ইংলণ্ডত। এইটো কোম্পানীক ইংলিচ ইষ্ট ইণ্ডিয়া কোম্পানী নামেৰেও জনা যায়। ১৫৯৯ চনৰে ৩১ ডিছেম্বৰত ৰাণী এলিজাবেথে এই কোম্পানীক উত্তমাশা অন্তৰীপৰপৰা উত্তৰ-পূব ভাৰতৰ লগতে পূব আৰু দক্ষিণ-পূব এছিয়াৰ যিকোনো অঞ্চলতে ব্যৱসায় কৰাৰ অনুমতি দিয়ে। ১৬০০ চনৰপৰা ১৭০৮ চনলৈকে ইষ্ট ইণ্ডিয়া কোম্পানীক "গৱৰ্নৰ এণ্ড কোম্পানী অৱ মাৰ্চেণ্টছ অৱ লণ্ডন ট্ৰেডিং ইনটু দা ইষ্ট ইণ্ডিজ" (Governor and company of Merchants of London Trading into the East Indies) আৰু ১৭০৮ চনৰপৰা ১৮৭৩ চনলৈকে "ইউনাইটেড কোম্পানী অৱ মাৰ্চেণ্টছ অৱ ইংলেণ্ড ট্ৰেডিং টু দা ইষ্ট ইণ্ডিছ" (United Company of Marchants of England Trading to The East Indies)নামেৰেও জনা গৈছিল।
Similar questions
Hindi,
6 months ago
English,
6 months ago
Social Sciences,
1 year ago
English,
1 year ago
Accountancy,
1 year ago